Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
���िल्ली
Breakingnews
���हिला
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
���ेजस्वी_यादव
Uttarakhand
Crimenews
Aap
Education
China
Bareilly
���्रशासन

পশ্চিম নলবাৰী: চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষ্যে চামতাত একতাৰ বাৰ্তাবাহক পদযাত্ৰাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

ভাৰতৰ লৌহ মানৱ হিচাবে খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন উপলক্ষে দেশৰ প্ৰতিখন ৰাজ্যৰ জিলাতে ৩১ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছে পদযাত্ৰা কাৰ্যসূচী । চামতা বালি পথাৰৰ পৰা পল্লা ৰোডেৰে চামতা মটৰ ষ্টেণ্ডলৈ যায় পদযাত্ৰা ।পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰী, নলবাৰীৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী উপস্থিত থাকে
পশ্চিম নলবাৰী: চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষ্যে চামতাত একতাৰ বাৰ্তাবাহক পদযাত্ৰাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী - Pachim Nalbari News