Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

পশ্চিম নলবাৰী: চামতাতো তৃতীয় দিনাও অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

ৰাজ্যত তৃতীয় দিনাও অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিক্তিক কৰ্মচাৰী প্ৰতিবাদ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিক্তিক কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিত অচল হৈ পৰিছে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ কাৰ্য্যালয় সমূহ । সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিক্তিক কৰ্মচাৰীৰ লগতে নলবাৰীৰ চামতাস্থিত পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ ঠিকাভিক্তিক কৰ্মচাৰীও নায্য প্ৰাপ্তিৰ দাবীত কৰ্ম বিৰতি পালন কৰাৰ লগতে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
পশ্চিম নলবাৰী: চামতাতো তৃতীয় দিনাও অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - Pachim Nalbari News