নগাঁও: দহ ছেপ্টেম্বৰ, এছ আই টিৰ প্ৰতিবেদন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক লৈ নগাঁৱত বিস্ফোৰণ সাংসদ প্ৰদ্যুৎ বৰদল
Nagaon, Nagaon | Sep 13, 2025 দহ ছেপ্টেম্বৰ, এছ আই টিৰ প্ৰতিবেদন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক লৈ নগাঁৱত বিস্ফোৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। মুখ্যমন্ত্ৰী পদৰ গৰিমা হ্ৰাস কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বেবেৰিবাং কথা কয় হিমন্ত বিশ্ব শৰ্মাই। ৰাজনীতি ত্যাগ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে। ২০২১ ৰ পৰা সংসদীয় ৰাজনীতিত নথকাৰ কথাও কৈছিল হিমন্ত বিশ্ব শৰ্মাই।