Public App Logo
Profile Picture

Rose Bhuyan

@rosebhuyan
12754Followers
1Following
নগাঁও: 🔴 AIUDF আৰু কংগ্ৰেছক সমালোচনা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নগাঁও: সদৰ থানাত এজাহাৰ দাখিল বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ
নগাঁও: জিন্দাবাদ, মুৰ্দাবাদ ধ্বনিৰে আকৌ এবাৰ উত্তাল চামগুৰিৰ বৰমা
নগাঁও: নগাঁৱত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ ৰকিবুল হুছেইনৰ
নগাঁও: যেতিয়াই নিৰ্বাচন আহে তেতিয়াই গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে জে'লৰ কথা চিন্তা কৰে, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
নগাঁও: নগাঁৱত প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ বিশাল ভোট সত্যাগ্ৰহ*
নগাঁও: নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়ত চোৰৰ লুটপাত
দৰ্জা ভাঙি শংকৰদেৱ সংঘৰ কাৰ্যালয়ত চোৰৰ চাফাই অভিযান
নগাঁও: আজমলক গামোচা পিন্ধাই উষ্ম আদৰণি ৰাজেন গোহাঁইৰ
নগাঁও: জুৰীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
নগাঁও: ৰূপহীহাটৰ ৰৌমাৰীত বিধ্বংসী অগ্নিকাণ্ড
নগাঁও: আকাশীগঙ্গাত চাঞ্চল্যকৰ পথ দুৰ্ঘটনা, শিশুক খুন্দিয়াই পলায়ন স্কৰ্পিঅ’ৰ
নগাঁও: নগাঁৱত ৰেজাউল কৰিম চৰকাৰৰ বিস্ফোৰক মন্তব্য,ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা ৰেজাউল কৰিম চৰকাৰৰ
নগাঁও: ৰূপহীহাটৰ শালপাৰা বনগাৱত বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
নগাঁও: এলিনা, ছালমা, আবিদা আৰু তিলোত্তমাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ আত্মসহায়ক গোটৰ
নগাঁও: পিতৃক জয়ী কৰাবলৈ পুত্ৰৰ জোৰদাৰ গতিত নিৰ্বাচনী প্ৰচাৰ ইখনৰ পাছত সিখনকৈ নিৰ্বাচিনী সভা আজমল তনয় আব্দুৰ ৰহিম আজমলৰ
নগাঁও: নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত বিধায়ক প্ৰদ্যুত বৰদলৈ আৰু দিপ্লুৰঞ্জন শৰ্মাৰ সংবাদমেল
নগাঁও: কংগ্ৰেছৰ বিপৰ্যয় , সংখ্যালঘু অঞ্চলত পুনৰ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ পুত্তলিকা দাহ
নগাঁও: নগাঁৱৰ তুলখিমুখত আবকাৰী বিভাগৰ অভিযান, এজনক আটক
নগাঁও: ৰাইডঙীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
নগাঁও: নগাঁৱত বিজেপিৰ‌ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ
নগাঁও: চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নগাঁও: 👉 নগাঁৱত শিৱামণি বৰাৰ বাসগৃহত বিৰোধী ঐক্যৰ সংবাদমেল। উপস্থিত গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, মনোজ চৌহান আৰু চিপিএমৰ নেতা
নগাঁও: সদৌ অসম গ্রামীণ শ্রমিক সন্থা গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসমৰ নগাঁও চহৰৰ
মতিৰাম বৰা ক্ষেত্রৰ সন্মুখত অৱস্থান ধৰ্মঘট
নগাঁও: 🚨শিৱামণি বৰা ACS বিষয়া নহয় BDOহে আছিল
👉কংগ্ৰেছে মিছা কথা কৈ প্ৰচাৰ চলাইছে
👉মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকা
নগাঁও: ভকতগাৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পিযুছ হাজৰিকাৰ