Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ মণ্ডল BJP ৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী,শতাধিক পুৰুষ মহিলাৰ লগতে দল সংগঠনৰ নেতাই যোগদান কৰে বিজেপি দলত

Goreswar Part, Baksa | Sep 7, 2025
গোৰেশ্বৰ মণ্ডল BJP ৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলি থকা উন্নয়নৰ অবিৰত যাত্ৰাৰ অংশীদাৰ হোৱাৰ সংকল্পৰে তথা ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে সন্ধিয়া বিভিন্ন দল-সংগঠনৰ বৃহৎ সংখ্যক নেতা-কৰ্মীয়ে আজি গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলোকে দলীয় গামোচাৰে বিজেপি দললৈ উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মীয়ে।

MORE NEWS