Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: বাক্সাৰ গোৰেশ্বত ৰাইজে কান্দি কান্দি দেওবাৰে সন্ধিয়া মায়াবিনী গানেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Goreswar Part, Baksa | Sep 21, 2025
বাক্সাৰ গোৰেশ্বত ৰাইজে কান্দি কান্দি দেওবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত মায়াবিনী গানেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত সকলোৰে আপোন শিল্পী গৰাকীৰ আকস্মিক বিয়োগত শোকৰ ছাঁ পৰিছে বাক্সা জিলাটো। বিশেষকৈ জিলা খনৰ গোৰেশ্বৰত প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ৰাইজ সমবেত হৈ উপস্থিত ৰাইজে এক সমদল উলিয়ায় জুবিন গাৰ্গৰ মায়াবিনী গীত গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে