Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গোৰেশ্বৰ 𝐈𝐂𝐃𝐒ৰ কৰ্মচাৰী সকলে শিল্পী গৰাকীক স্মৰণ কৰে

Goreswar Part, Baksa | Sep 24, 2025
গোৰেশ্বৰত প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গোৰেশ্বৰ 𝐈𝐂𝐃𝐒ৰ কৰ্মচাৰী সকলে শিল্পী গৰাকীৰ ফটোৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে । উল্লেখ্য যে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সকলো । প্ৰয়াত শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনাৰে ৰাজ্য জুৰি অব্যাহত আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান