Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

গোৰেশ্বৰ ভাগ: ৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Goreswar Part, Baksa | Sep 25, 2025
৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।সমগ্ৰ ৰাজ্য জুৰি সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ অব্যাহত আছে শোকৰ বন্যা । প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনাৰে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে । তাৰ মাজতে বৃহস্পতিবাৰৰ সন্ধিয়া ৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।