New Look Academy of Sivasagar Shines Again
New Look Academy, Sivasagar, has once again brought laurels to the district with an outstanding achievement in the 2026 Higher Secondary Final Examination.
Chinmoy Dutta, a student of New Look Academy, has secured the opportunity to pursue an MBBS degree after successfully qualifying for medical admission. What makes his achievement even more remarkable is that Chinmoy managed to secure a medical seat in his very first attempt without taking any coaching.
His success is not only a matter of pride for New Look Academy but also a moment of immense pride for the entire Sivasagar district.
It is worth mentioning that the Higher Secondary examination has been conducted at New Look Academy for only three years. Despite this, the academy has already made a significant mark in the field of education. In the Science stream, 11 students successfully passed the Higher Secondary examination in 2026, making the achievement even more remarkable.
Adding to the joy, several other students of the academy have also succeeded in securing seats at Jorhat Engineering College.
With its continued success in nurturing highly meritorious students, New Look Academy is now emerging as one of the leading educational institutions in Sivasagar district.
The academy's strong infrastructure, dedicated cooperation of its teachers, and adequate facilities provided to students have played an important role in achieving these remarkable results.
Chinmoy Dutta, the younger son of Asim Dutta and Jyosna Khanikar, has made his family, friends, teachers, and the entire New Look Academy proud with his remarkable achievement.
The success of Chinmoy and his fellow students is a testament to the academy's commitment to providing quality education and creating a strong foundation for the future of its students.
পুনৰ জিলিকি উঠিল শিৱসাগৰৰ নিউ লুক একাডেমী
বিদ্যালয় খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ চিন্ময় দত্তই পালে এম বি বি এছ পঢ়াৰ সুবিধা
কোনো ধৰণৰ কচিং নোলোৱাকৈ একেবাৰতে মেডিকেলত চিট পাবলৈ সক্ষম হোৱা চিন্ময় দত্ত কেৱল নিউ লুক একাডেমিৰেই নহয় সমগ্র শিৱসাগৰৰ গৌৰৱ
উল্লেখ যে নিউ লুক একাডেমীত উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষা অনুষ্ঠিত হোৱা হৈছে মাত্ৰ তিনিটা বৰ্ষ
অতি সুখৰ কথা বিজ্ঞান শাখাত ১১ গৰাকী ছাত্র ছাত্ৰী উৰ্ত্তীণ ২০২৬ বৰ্ষত আৰু ভাল লগা কথা কম সময়ৰ ভিতৰতে এম বি বি এছ পঢ়িবলৈ সুবিধা লাভ কৰা
ইয়াৰোপৰি এই বিদ্যালয় খনৰ কেইবাজনো ছাত্রই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়তো চিট পাবলৈ সক্ষম হৈছে
অতি মেধা সম্পন্ন হিচাপে শিক্ষাৰ্থীক গঢ় দিয়াত নিউ লুক একাডেমী এতিয়া সমগ্র শিৱসাগৰ জিলাৰ ভিতৰতেই লাভ শীৰ্ষত
বিদ্যালয়ৰ আন্ত:গাঁঠনি , শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান সফলতাৰ অন্য এক কাৰণ
অসীম দত্ত আৰু জোস্না খনিকৰৰ কণিষ্ঠ পুত্ৰ চিন্ময় দত্তৰ সফলতাত গৌৰাম্বিত নিউ লুক একাডেমীৰ লগতে পৰিয়াল আৰু বন্ধু বৰ্গ
#highlight
#followers
#nonfollowers
#newlookacademy
#neet