Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

BREAKING NEWS গহপুৰৰ আলিগুৰি পিছলাত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় পদ্ম লোচন মেধি নামৰ এজন মিচিং সম্প্ৰদায়ৰ লোকৰ বাসগৃহ। পৰবৰ্তী সময়ত হাৱাজান আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jun 11, 2026

MORE NEWS

@ চলন্ত এচি বাছত ভয়ংকৰ অগ্নিকাণ্ড, জুইৰ লেলিহান শিখাই ক্ষন্তেকতে আৱৰি ধৰে সমগ্ৰ বাছখন ।

@ খিৰিকী আৰু দুৱাৰেৰে জপিয়াই প্ৰাণ ৰক্ষা কৰিলে যাত্ৰীসকলে ।

@ দিল্লী-ডেৰাডুন ঘাইপথৰ দৌৰালাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

#public #friends #highlights #news #viral #reels #everyone #facebook

@ চলন্ত এচি বাছত ভয়ংকৰ অগ্নিকাণ্ড, জুইৰ লেলিহান শিখাই ক্ষন্তেকতে আৱৰি ধৰে সমগ্ৰ বাছখন । @ খিৰিকী আৰু দুৱাৰেৰে জপিয়াই প্ৰাণ ৰক্ষা কৰিলে যাত্ৰীসকলে । @ দিল্লী-ডেৰাডুন ঘাইপথৰ দৌৰালাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jun 27, 2026

বিহালীত অবৈধ কুকুৰা যুঁজৰ নামত চলে জুৱা । আজি এটা কল ৰেকৰ্ডিং উদ্ঘাটন কৰিছে এই তথ্য। সচাকৈ যদি এই কল ৰেকৰ্ডিং সত্য প্ৰমাণিত হয় তেন্তে এই অবৈধ কুকুৰা যুঁজ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হওঁক। । শুনো আহক কল ৰেকৰ্ডিঙত হোৱা -বার্তালাপ।

#public #friends #highlights #news #viral #reels #everyone #facebook

বিহালীত অবৈধ কুকুৰা যুঁজৰ নামত চলে জুৱা । আজি এটা কল ৰেকৰ্ডিং উদ্ঘাটন কৰিছে এই তথ্য। সচাকৈ যদি এই কল ৰেকৰ্ডিং সত্য প্ৰমাণিত হয় তেন্তে এই অবৈধ কুকুৰা যুঁজ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হওঁক। । শুনো আহক কল ৰেকৰ্ডিঙত হোৱা -বার্তালাপ। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jun 26, 2026

নিশা গহপুৰত যান বাহন নিয়ন্ত্ৰণ আৰক্ষী (Traffic) আৰু বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ। চিকিৎসালয় লৈ প্ৰেৰণ।

#public #friends #highlights #news #viral #reels #everyone #police

নিশা গহপুৰত যান বাহন নিয়ন্ত্ৰণ আৰক্ষী (Traffic) আৰু বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ। চিকিৎসালয় লৈ প্ৰেৰণ। #public #friends #highlights #news #viral #reels #everyone #police

Helem, Biswanath | Jun 26, 2026