Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

শিৱসাগৰ: অসম জাতীয় পৰিষদৰ সাংগঠনিক সভা শিৱসাগৰত , উপস্থিত সভাপতি লুৰিণ জ্যোতি গগৈ

Sibsagar, Sivasagar | Jun 21, 2026

MORE NEWS

শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ এইবাৰ জাঙুৰ খাই উঠিছে পৌৰসভাৰ বিতৰ্কক লৈ

কোনো কাৰণত শিৱসাগৰ উন্নয়ন স্থবিৰ হ'বলৈ দিব নোৱাৰি 

পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পিছত এনেদৰে ঠিয় দিছে জাতীয় সংগঠনটোৱে 

আগন্তুক ছয় মাহৰ পাছত পৌৰসভাৰ নিৰ্বাচন

গতিকে সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই 
#highlights #AssamGovernment #followerseveryone #himantabiswasarmabreakingnews #sivasagarMunicipalityBoard

শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ এইবাৰ জাঙুৰ খাই উঠিছে পৌৰসভাৰ বিতৰ্কক লৈ কোনো কাৰণত শিৱসাগৰ উন্নয়ন স্থবিৰ হ'বলৈ দিব নোৱাৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পিছত এনেদৰে ঠিয় দিছে জাতীয় সংগঠনটোৱে আগন্তুক ছয় মাহৰ পাছত পৌৰসভাৰ নিৰ্বাচন গতিকে সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই #highlights #AssamGovernment #followerseveryone #himantabiswasarmabreakingnews #sivasagarMunicipalityBoard

Sibsagar, Sivasagar | Jun 23, 2026

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমাজ কল্যাণ বিভাগৰ ২০২২-২৩ বৰ্ষৰ অধীনত ২৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা টিয়ক গাঁও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।

এই আধুনিক অংগনৱাড়ী কেন্দ্ৰটোৱে অঞ্চলটোৰ কণ-কণ শিশুসকলৰ প্ৰাথমিক শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি স্থাপন কৰিব। একে সময়তে গৰ্ভৱতী মহিলা, স্তন্যপান কৰোৱা মাতৃ আৰু শিশুসকলৰ কল্যাণৰ বাবেও এই কেন্দ্ৰটো বিশেষভাৱে সহায়ক হ'ব ।

 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে শিশু আৰু মাতৃ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক পদক্ষেপে তৃণমূল পৰ্যায়লৈ উন্নয়নৰ সুফল কঢ়িয়াই আনিছে। এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটিও সেই প্ৰচেষ্টাৰেই এক উজ্জ্বল নিদৰ্শন।
#highlights 

#Sonari #AnganwadiCentre #SocialWelfareDepartment #ChildDevelopment #WomenAndChildWelfare #AssamGovernment #ViksitAssam #BJPAssam #CharaideoDistrict

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমাজ কল্যাণ বিভাগৰ ২০২২-২৩ বৰ্ষৰ অধীনত ২৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা টিয়ক গাঁও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে । এই আধুনিক অংগনৱাড়ী কেন্দ্ৰটোৱে অঞ্চলটোৰ কণ-কণ শিশুসকলৰ প্ৰাথমিক শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি স্থাপন কৰিব। একে সময়তে গৰ্ভৱতী মহিলা, স্তন্যপান কৰোৱা মাতৃ আৰু শিশুসকলৰ কল্যাণৰ বাবেও এই কেন্দ্ৰটো বিশেষভাৱে সহায়ক হ'ব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে শিশু আৰু মাতৃ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক পদক্ষেপে তৃণমূল পৰ্যায়লৈ উন্নয়নৰ সুফল কঢ়িয়াই আনিছে। এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটিও সেই প্ৰচেষ্টাৰেই এক উজ্জ্বল নিদৰ্শন। #highlights #Sonari #AnganwadiCentre #SocialWelfareDepartment #ChildDevelopment #WomenAndChildWelfare #AssamGovernment #ViksitAssam #BJPAssam #CharaideoDistrict

Sibsagar, Sivasagar | Jun 23, 2026

📌ফুটবল বিশ্বকাপত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ লিঅ'নেল মেছিৰ৷
📌এইপৰ্যন্ত ১৮টা গ'ল দি অভিলেখ আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ৷
📌অষ্ট্ৰিয়াৰ বিৰুদ্ধে মেছত অভিলেখ গঢ়িলে তাৰকা ফুটবলাৰগৰাকীয়ে৷
#lionelmessi #messi #TheGoat #FIFAWorldCup #football #footballworldcup #records

📌ফুটবল বিশ্বকাপত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ লিঅ'নেল মেছিৰ৷ 📌এইপৰ্যন্ত ১৮টা গ'ল দি অভিলেখ আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ৷ 📌অষ্ট্ৰিয়াৰ বিৰুদ্ধে মেছত অভিলেখ গঢ়িলে তাৰকা ফুটবলাৰগৰাকীয়ে৷ #lionelmessi #messi #TheGoat #FIFAWorldCup #football #footballworldcup #records

Sibsagar, Sivasagar | Jun 23, 2026

Context:
Strong reaction in Sivasagar over the unusual incident involving a NEET candidate in Nalbari.

The All Assam United Brahmin Council submitted a memorandum to the District Commissioner of Sivasagar.

It may be mentioned that a NEET candidate in Nalbari was allegedly forced to remove her lagun (traditional sacred thread/ornament) before being allowed to enter the examination hall.

Condemning the entire incident, the organization demanded appropriate action against those responsible.

The memorandum has also been forwarded to the Governor of Assam, the Chief Minister of Assam, and other concerned authorities.

The incident, which took place at the examination centre of MNC College, Nalbari, has sparked strong reactions in Sivasagar.

 নলবাৰীৰ NEET পৰীক্ষাৰ্থীৰ লগত সংঘটিত আজৱ কাণ্ডৰ প্ৰতিক্ৰিয়া শিৱসাগৰত 

সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদৰ স্মাৰক পত্ৰ জিলা আয়ুক্তক 

উল্লেখ যে নলবাৰীত এগৰাকী পৰীক্ষাৰ্থীক লগুণ খুলিবলৈ বাধ্য কৰাইছিল পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে 

এই সমগ্ৰ ঘটনাৰ গৰিহণা দি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী 

অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ 

MNC‌ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰত

#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026

Context: Strong reaction in Sivasagar over the unusual incident involving a NEET candidate in Nalbari. The All Assam United Brahmin Council submitted a memorandum to the District Commissioner of Sivasagar. It may be mentioned that a NEET candidate in Nalbari was allegedly forced to remove her lagun (traditional sacred thread/ornament) before being allowed to enter the examination hall. Condemning the entire incident, the organization demanded appropriate action against those responsible. The memorandum has also been forwarded to the Governor of Assam, the Chief Minister of Assam, and other concerned authorities. The incident, which took place at the examination centre of MNC College, Nalbari, has sparked strong reactions in Sivasagar. নলবাৰীৰ NEET পৰীক্ষাৰ্থীৰ লগত সংঘটিত আজৱ কাণ্ডৰ প্ৰতিক্ৰিয়া শিৱসাগৰত সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদৰ স্মাৰক পত্ৰ জিলা আয়ুক্তক উল্লেখ যে নলবাৰীত এগৰাকী পৰীক্ষাৰ্থীক লগুণ খুলিবলৈ বাধ্য কৰাইছিল পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে এই সমগ্ৰ ঘটনাৰ গৰিহণা দি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ MNC‌ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰত #everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026

Sibsagar, Sivasagar | Jun 22, 2026

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তাই আহোম মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সহযোগত মহিলা সৱলিকৰণ ক্ষেত্রত প্রথমতো পদক্ষেপ ৷ ৰেহাই মূল্যত চিলাই মেচিন বিতৰণ

#news #AssamNews #Sivasagar #NewsUpdate

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তাই আহোম মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সহযোগত মহিলা সৱলিকৰণ ক্ষেত্রত প্রথমতো পদক্ষেপ ৷ ৰেহাই মূল্যত চিলাই মেচিন বিতৰণ #news #AssamNews #Sivasagar #NewsUpdate

Sibsagar, Sivasagar | Jun 22, 2026

শিৱসাগৰ: অসম জাতীয় পৰিষদৰ সাংগঠনিক সভা শিৱসাগৰত , উপস্থিত সভাপতি লুৰিণ জ্যোতি গগৈ - Sibsagar News