Public App Logo
Profile Picture

Pranjal Puzari

@pranjal_puzari
115997Followers
1569Following
শিৱসাগৰ: বানপানীৰ কথা পাহৰি লৈ মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ নিৰ্বাচনৰ কথা কৈ আছে বুলি শিৱসাগৰত বিধায়ক অখিল গগৈৰ তীব্ৰ কটাক্ষ
শিৱসাগৰ: সহযোগী হাত সমুহ, ইজৰাইলৰ প্ৰৱাসী অসমীয়াৰ বান সাহায্য শিৱসাগৰৰ নেপালী খুঁটিত
শিৱসাগৰ: ডিমৌত ৰাইজৰ দলৰ উদ্যোগত বান ক্ষতিগ্ৰস্ত সকলৰ ক্ষতিপূৰণৰ দাবীত বিশাল জনসভা
শিৱসাগৰ: অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ তত্বাৱধানত শিৱসাগৰৰ নিমাইজানত বানাক্ৰান্তৰ মাজত বিতৰণ আৰ্থিক সাহাৰ্য
শিৱসাগৰ: সম্প্ৰীতি যুৱ সংঘৰ উদ্যোগত  বান বিধ্বস্ত ভা-ধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক সামগ্ৰী প্ৰদান
শিৱসাগৰ: জয়সাগৰ আৰক্ষীৰ গৰু চোৰৰ বিৰুদ্ধে অভিযান আটক কৰিছে এজন ব্যক্তিক
শিৱসাগৰ: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসৰ তাৎপৰ্যপূৰ্ণ মন্তব্য শিৱসাগৰত অভয় মানসৰ দুৰ্ঘটনাত
শিৱসাগৰ: আমৰণ অন্নশনত বহা অৰুণ বৰাক সমৰ্থন বীৰ লাচিত সেনাৰ। শৃংখল চলিহাই প্ৰতিবাদ থলীত উপস্থিত হৈ ব্যক্ত কৰে এনেদৰে
শিৱসাগৰ: বানাক্ৰান্তৰ প্ৰায় ১৪ হাজাৰ আৱেদন পত্ৰ সদৌ তাই আহোম ছাত্ৰ সন্থাই জমা দিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত
শিৱসাগৰ: অৰুণ বৰাৰ আমৰণ অন্নশন আজি দ্বিতীয়টো দিন জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত
শিৱসাগৰ: অভয় , মানসৰ হত্যাৰ তদন্তৰ ন্যায় বিচাৰি শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
শিৱসাগৰ: বান সাহায্যৰ দাবীত শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমৰণ অন্নশনত বহিল এজন ব্যক্তি
শিৱসাগৰ: বান দুৰ্যোগৰ প্ৰকৃত কাৰণ আৰু বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত আটাছু বিশাল প্ৰতিবাদী কাৰ্যসূচী
শিৱসাগৰ: মাৰাত্মক ড্ৰাগছ সহ শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ৰাজু আলি নামৰ এজন যুৱক
শিৱসাগৰ: জুবলী ফাউণ্ডেশ্যনে লিগিৰী পুখুৰীত নিৰ্মাণ কৰে বানাক্ৰান্তৰ আৱাসগৃহ
শিৱসাগৰ: বীৰ লাচিত সেনাত যোগদান অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সচিব বিষ্ণু শ‌ইকীয়াৰ শিৱসাগৰত
শিৱসাগৰ: দৌল উন্নয়ন পৰিষদ সনাতনী বৈদিক সমাজৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত ৰূদ্ৰ যজ্ঞৰ আজি অন্তিমটো দিন
শিৱসাগৰ: ড্ৰাগছ পেডেলাৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল এন্টি ড্ৰাগছ স্কোৱাৰ্ডৰ
শিৱসাগৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰত জিলা ছাত্ৰ সন্থাই উদযাপন কৰে সুধাকণ্ঠৰ শতবৰ্ষীয় জন্ম দিৱস
শিৱসাগৰ: দিখৌ পৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত শিৱসাগৰত সুধাকণ্ঠৰ ওপজা দিন উদযাপন
শিৱসাগৰ: ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত আটাছু শিৱসাগৰ নগৰ সমিতিৰ প্ৰতিবাদ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত
শিৱসাগৰ: দুজনকৈ যুৱকৰ অকাল মৃত্যুক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসৰ
শিৱসাগৰ: দৌল উন্নয়ন পৰিষদ, সনাতনী বৈদিক সমাজৰ উদ্যোগত শিৱসাগৰত শ্ৰী শ্ৰী ৰূদ্ৰ যজ্ঞ
শিৱসাগৰ: দুজনকৈ যুৱকৰ অকাল বিয়োগত প্ৰতিক্ৰিয়া শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসৰ
শিৱসাগৰ: জুবলী ফাউণ্ডেশ্যনৰ বান সাহায্য বানে গৰকা মাদুৰী গোঁহাই গাঁৱত