Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

বানপীড়িত সমষ্টিৰ প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ অনুদান দিয়াৰ দাবী বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উজনি অসমৰ বানাক্ৰান্ত জিলালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজিৰ দাবী এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত সৰৱ শিৱসাগৰত বিধায়ক অখিল গগৈ বিধায়ক গৰাকীৰ এই দাবীত যদি আপুনি সহমত তেতিয়া হ'লে শ্বেয়াৰ কৰক এই বাৰ্তা ##highlight #everyonehighlightsfollowers #CMOASSAM #PMOIndia

Sibsagar, Sivasagar | Jul 26, 2026

MORE NEWS

Sibsagar, Sivasagar | Jul 27, 2026

শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ নেতৃত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা  বিভাগৰ বিষয়াসকলে ইংৰাজী ২৬ জুলাই,২০২৬ তাৰিখে শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় বজাৰ আৰু এ.টি. ৰোডৰ সমীপত বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক পৰিদৰ্শন তথা অভিযান চলায়।

উল্লেখ্য যে, চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হয়।

জিলা প্ৰশাসনে সকলো পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীক চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, মজুতকৰণ বা অন্য কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহ’বৰ বাবে আহ্বান জনাইছে আৰু এনে কাৰ্যকলাপত জড়িত  হোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে৷

জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু জনোৱা হৈছে যে, এই ধৰণৰ আকস্মিক পৰিদৰ্শন আৰু অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব আৰু অসাধু কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

CMO Assam 
Bimal Borah 
Assam State Disaster Management Authority-ASDMA 
Directorate of Information and Public Relations, Assam 
DIPRO, Sivasagar

শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ নেতৃত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে ইংৰাজী ২৬ জুলাই,২০২৬ তাৰিখে শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় বজাৰ আৰু এ.টি. ৰোডৰ সমীপত বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক পৰিদৰ্শন তথা অভিযান চলায়। উল্লেখ্য যে, চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে সকলো পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীক চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, মজুতকৰণ বা অন্য কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহ’বৰ বাবে আহ্বান জনাইছে আৰু এনে কাৰ্যকলাপত জড়িত হোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু জনোৱা হৈছে যে, এই ধৰণৰ আকস্মিক পৰিদৰ্শন আৰু অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব আৰু অসাধু কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। CMO Assam Bimal Borah Assam State Disaster Management Authority-ASDMA Directorate of Information and Public Relations, Assam DIPRO, Sivasagar

Sibsagar, Sivasagar | Jul 27, 2026

▶️ বানপীড়িত অঞ্চলসমূহত ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ জোৱানসকলৰ 'অপাৰেশ্যন জল ৰাহত'ৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য কাৰ্য। সামাজিক মাধ্যমযোগে 'অপাৰেশ্যন জল ৰাহত'ৰ সন্দৰ্ভত জনালে মুখ্যমন্ত্ৰীয়ে।

▶️ বানপীড়িত অঞ্চলসমূহত ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ জোৱানসকলৰ 'অপাৰেশ্যন জল ৰাহত'ৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য কাৰ্য। সামাজিক মাধ্যমযোগে 'অপাৰেশ্যন জল ৰাহত'ৰ সন্দৰ্ভত জনালে মুখ্যমন্ত্ৰীয়ে।

Sibsagar, Sivasagar | Jul 25, 2026