শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই।
তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।
যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে।
#news #HelpAssam #flooddonation #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp