'ভাৰতীয় সংবিধানে আমাক গোপনীয়তাৰ অধিকাৰ দিছে' 'যাৰে তাৰে গোপনীয়তাত হাত দিব নোৱাৰে আৰক্ষীয়ে' 'দ্য ক্ৰছকাৰেণ্ট'ৰ এক্সক্লুছিভ 'চেলিব্ৰাইট' প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা মহাপৰিদৰ্শক ভায়লেট বৰুৱাৰ।