Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

News in Maibong

#Watch এয়াৰপ'ৰ্ট টানেলত জ্বলি উঠিল গাড়ী, সক্ৰিয় হ'ল স্বয়ংক্ৰিয় অগ্নি নিৰ্বাপণ ব্যৱস্থা

গুৰুগ্ৰাম–দ্বাৰকা এক্সপ্ৰেছৱেৰ এয়াৰপ'ৰ্ট টানেলত এখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে টানেলৰ স্বয়ংক্ৰিয় স্প্ৰিংকলাৰ ব্যৱস্থা সক্ৰিয় হয়। অতি কম সময়তে জুই নিয়ন্ত্ৰণলৈ অনা হয়..

#Watch এয়াৰপ'ৰ্ট টানেলত জ্বলি উঠিল গাড়ী, সক্ৰিয় হ'ল স্বয়ংক্ৰিয় অগ্নি নিৰ্বাপণ ব্যৱস্থা গুৰুগ্ৰাম–দ্বাৰকা এক্সপ্ৰেছৱেৰ এয়াৰপ'ৰ্ট টানেলত এখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে টানেলৰ স্বয়ংক্ৰিয় স্প্ৰিংকলাৰ ব্যৱস্থা সক্ৰিয় হয়। অতি কম সময়তে জুই নিয়ন্ত্ৰণলৈ অনা হয়..

Assam, India | Jul 14, 2026

বিধানসভাত অধ্যক্ষ ৰঞ্জিত দাসে বাংলাত কোৱাত অগ্ৰাধিকাৰ দিলেও নিজৰ বক্তব্য অসমীয়াতে ভাষণ ৰাখিলে হাইলাকান্দিৰ বিধায়ক জুৱেৰ আনমে

বিধানসভাত অধ্যক্ষ ৰঞ্জিত দাসে বাংলাত কোৱাত অগ্ৰাধিকাৰ দিলেও নিজৰ বক্তব্য অসমীয়াতে ভাষণ ৰাখিলে হাইলাকান্দিৰ বিধায়ক জুৱেৰ আনমে

Assam, India | Jul 14, 2026

“ৰামচন্দ্ৰই যদি এবাৰহে বিয়া কৰিছিল, আনজনক চাৰিবাৰ বিয়াৰ অনুমতি কিয়?” — UCCক লৈ মোহন যাদৱৰ প্ৰশ্ন

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয়, ইউনিফৰ্ম চিভিল ক'ড (UCC)ক লৈ আলোচনা হ'ব লাগে। লগতে এই বিষয়টো কংগ্ৰেছে এৰাই চলিছে বুলিও অভিযোগ কৰে তেওঁ।

“ৰামচন্দ্ৰই যদি এবাৰহে বিয়া কৰিছিল, আনজনক চাৰিবাৰ বিয়াৰ অনুমতি কিয়?” — UCCক লৈ মোহন যাদৱৰ প্ৰশ্ন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয়, ইউনিফৰ্ম চিভিল ক'ড (UCC)ক লৈ আলোচনা হ'ব লাগে। লগতে এই বিষয়টো কংগ্ৰেছে এৰাই চলিছে বুলিও অভিযোগ কৰে তেওঁ।

Assam, India | Jul 14, 2026