৪০নংটিহু সমষ্টিৰ কংগ্ৰেছ কমিটিৰ অন্তৰ্গত নাৰায়নপুৰ সাপকাতা মণ্ডল সমিতিৰ কৰ্মী সভা অনুষ্ঠিত হয়।মুকালমুৱাত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত থাকে।