Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰক্ষেত্ৰী: শিশু দিৱস উপলক্ষে মুকালমুৱাত চিত্ৰাংকণ প্ৰতিযোগিতা ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰে এই প্ৰতিযোগিতা

Barkhetri, Nalbari | Nov 14, 2025
আজি ১৪ নৱেম্বৰ শিশু দিৱস । শিশু দিৱসৰ লগত সংগতি ৰাখি অইন বেলিৰ দৰে এইবেলিও দুলু আহমেদৰ ব্যাক্তিগত প্ৰচেষ্টাত অনুষ্ঠিত কৰে চিত্ৰাংকণ প্ৰতিযোগিতা। মুকালমুৱাৰ বিদ্যাজ্যোতি একাডেমীত অনুষ্ঠিত প্ৰতিযোগিতাত কেইবাটাও সমষ্টিৰ ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰাণৰ শিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰে এই প্ৰতিযোগিতা খন।
বৰক্ষেত্ৰী: শিশু দিৱস উপলক্ষে মুকালমুৱাত চিত্ৰাংকণ প্ৰতিযোগিতা ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰে এই প্ৰতিযোগিতা - Barkhetri News