Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

বৰক্ষেত্ৰী: জয়সাগৰত নিউম'নিয়া প্ৰতিৰোধমূলক সজাগতা অভিযান আৰু ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠান

Barkhetri, Nalbari | Nov 15, 2025
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,নলবাৰীৰ উদ্যোগত আজি 'নিউম'নিয়া প্ৰতিৰোধমূলক সজাগতা অভিযান' আৰু 'ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহ'ৰ শুভাৰম্ভণি কৰা হয় । মুকালমুৱা খণ্ড প্ৰাথমিক স্বাস্হ‍্য কেন্দ্ৰৰ অন্তৰ্গত ১ নং জয়সাগৰ ৰঙ্গমঞ্চত আয়োজিত এই অনুষ্ঠানত নিউম'নিয়া ৰোগ আৰু নৱজাতকৰ সুৰক্ষাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় । নিউম'নিয়া হৈছে এক গুৰুতৰ ৰোগ । বীজাণুৰ দ্বাৰা হাঁওফাঁওৰ সংক্ৰমণৰ ফলত নিউম'নিয়া হয়