সাপেখাতী: চৰাইদেউৰ কোৰোকানি দেউৰী গাঁৱত বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত দেউৰী স্বায়ত্ব শা:পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
আজি কোৰোকানি দেউৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত গড় চাৰিআলি সংগীত বিদ্যালয়ৰ উদ্যোগত চৰাইদেউ সমন্ধয় বিহুদলৰ দ্বাৰা ১০ দিনীয়া বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকেদেবৰী স্বায়ত্ব শা: পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰব দেবৰীয়ে । কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে গড় চাৰিআলি সংগীত বিদ্যালয়ৰ সমূহ বিষয়ববিয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে দেবৰীয়ে ।