সাপেখাতী: বৰপথাৰত বিজেপি নিৰ্বাচনী সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
বৰপথাৰত বিজেপি দলৰ এখন নিৰ্বাচনী সভা দেওবাৰে আবেলি চাৰি বজাত অনুষ্ঠিত সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈহৈ প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনীত সভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।সভাত বৰহাট মণ্ডল সভানেত্ৰী পূৰবী দুৱৰা গগৈ, সম্পাদক চন্দন সোণোৱাল,যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ গগৈ, সম্পাদক হেমন্ত সোণোৱালৰ প্ৰমুখ্যে কেইবাজনো বিজেপি নেতাই অংশগ্ৰহণ কৰে।