Public App Logo
Jansamasya
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Meerut
Fire
Jhansi
No video available

সাপেখাতী: বৰহাটত চকলীয়া ভাওনা ঐক্য মঞ্চৰ উদ্যোগত "দুস্মন্ত শকুন্তলা পুণৰ মিলন"ভাওনা মঞ্চস্থ

Sapekhati, Charaideo | Mar 30, 2024
বৰহাটৰ চকলীয়া ভাওনা ঐক্য মঞ্চৰ উদ্যোগত তথা চাৰিং নামগৃহৰ আতিথ্যত শনিবাৰে সন্ধিয়া ৮ বজাত চাৰিং নামগৃহত "দুস্মন্ত শকুন্তলা পুণৰ মিলন" -শীৰ্ষয়ক এখন ভাওনা মঞ্চস্থ হয়। গাঁৱৰ যুৱক-যুৱতীসকলে কৰা ভাওনা খনৰ অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয় উন্নত মানৰ আছিল।অৱশ্যে দুই এজনৰ অভিনয় পদ সঞ্চালনা,সংলাপ প্ৰক্ষেপন,অংগ সংঞ্চালনাত কিছু যথৰতা আছিল যদিও অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ মন চুই যোৱা আছিল।নাট খন পৰিচালনা কৰিছিল সাংস্কৃতিক কৰ্মী আনন্দ দত্তই।