Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সাপেখাতী: বিজেপিৰ সাপেখাতী মণ্ডলৰ অন্তৰ্গত ৮২ নং বুথত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Sapekhati, Charaideo | Mar 30, 2024
লোকসভা নিৰ্বাচনত লক্ষ্য এইবাৰ ৪০০ পাৰ। সেই উপলক্ষে আজি সাপেখাতী মণ্ডলৰ অন্তৰ্গত ৮২ নং বুথত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ৮২ নং বুথৰ সভাপতি ভোগেশ্বৰ বৰগোহাঁই পৌৰহিত্যত অনুষ্ঠিত সভাত ৰাইজৰ সঁহাৰি দেখি অতিশয় আনন্দিত হয় বিধায়ক গৰাকী । এই সঁহাৰিয়ে প্ৰমাণ কৰিছে যে যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব।