দুজন ভূমিপুত্ৰ জনজাতীয় নেতা প্ৰণৱ দলে আৰু আদিত্য ৰাভাক কিয় গ্ৰেপ্তাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মা?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জীৱ জন্তুৰ বাবে নে হোটেল-ৰিজৰ্ট খুলিবৰ বাবে?
হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত বনিয়াৰ স্বাৰ্থত জনজাতীয় মানুহক জেলত ভৰাইছে। এই মানুহজন জনজাতি বিৰোধী।
প্ৰণৱ দলে আৰু আদিত্য ৰাভাক বিনা চৰ্তে মুক্তি দিয়ক।
Assam, India | Jul 13, 2026