মিছ BTC ২০২৬ৰ প্ৰস্তুতি; ৩০ জুলাইত অনুষ্ঠিত হ'ব গ্ৰেণ্ড ফিনালে
জুনাকী এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ‘মিছ BTC ২০২৬’ প্ৰতিযোগিতাৰ প্ৰস্তুতি। এই প্ৰতিযোগিতাত ৩ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ল'ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন চাৰিটা বয়সভিত্তিক শ্ৰেণীত অনুষ্ঠিত হ'ব। ইয়াৰ গ্ৰেণ্ড ফিনালে অহা ৩০ জুলাই, ২০২৬ তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব। Junaki Entertainment-ৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোৰ পৰিচালনা কৰিব হিৰক ৰাভাই। আয়োজকসকলে অনুষ্ঠানটোৰ বাবে Sponsorship-ৰ আবেদনো আহ্বান জনাইছে। আগ্ৰহী প্ৰতিযোগী বা পৃষ্ঠপোষকসকলে অধিক তথ্য আৰু নামভৰ্তিৰ বাবে ৭৫৭৮৮১৮৭৫৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।