Public App Logo
Profile Picture

Guwahati Times

@gtimes
4006Followers
4Following
‘দুৰ্বল চাৰ্জশ্বিটৰ বাবেই এজন এজনকৈ জামিন লাভ কৰিছে অভিযুক্তই, জুবিন দাক ন্যায় দিবলৈ একত্ৰিত হ’ব লাগিব সকলোৱে’
SIT য়ে কি চাৰ্জশ্বীটৰ দাখিল কৰিলে বুজি পোৱা নাই, এজন এজনকৈ তেওঁৰ হত্যাকাৰী জামিন পাবলৈ লৈছে l 

এনেকৈ হলে মানুহৰ মনৰ পৰা ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস আৰু আস্থা নাইকিয়া হৈ যাব l

জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ প্ৰতিক্ৰিয়া....
হিয়াৰ আমুঠু জুবিন গাৰ্গৰ সপোন পূৰণ হ’ল! গুৱাহাটীত স্থাপন কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Visa Application Centre। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে মুকলি.....

<nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=visaapplicationcentre nis:value=VisaApplicationCentre nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=himantabiswasarma nis:value=HimantaBiswaSarma nis:enabled=true nis:link/>
অসমৰ স্বাভিমান আৰু ঐতিহ্যমণ্ডিত মুগা সূতাৰ সোণালী আভা এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত জিলিকি উঠিছে। অসমৰ মুগা সূতাৰ সোণালী ৰং উজলিল  ফেশ্বন শ্ব' লেকমে’ফেশ্বন উইকত অসম জীয়ৰী সংযুক্তা দত্তৰ নতুন ফেশ্বনত অসমীয়াৰ বস্ত্ৰশিল্পৰ প্ৰতিচ্ছবি ৷
কন্নাট প্লেচত প্ৰতিবাদলৈ যোৱাৰ পূৰ্বে দিল্লী আৰক্ষীয়ে আটক কৰিলে CJP নেতা অভিজিৎ দীপকেক।
নেহা বৰাক আটক দিল্লী আৰক্ষীৰ
অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গে জামিন লাভৰ পিছতে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ পোষ্ট
CJPৰ নেতা অভিজিৎ দীপকেক আটক....
🛑বীৰ লাচিত সেনাৰ একাউণ্টৰ পৰা হৰলুকি হৈছে ধন। 

🛑প্ৰায় ২ লাখ টকা উলিয়াই নিলে বীৰ লাচিত সেনাৰ একাউণ্টৰ পৰা। 

🛑ঘটনাক লৈ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে বীৰ লাচিত সেনাই। ঘটনাৰ সৈতে ৰাইজৰ দলৰ নেতাও জড়িত থকাৰ গুৰুতৰ অভিযোগ।

<nis:link nis:type=tag nis:id=veerlachitsena nis:value=veerlachitsena nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=srinkhalchaliha nis:value=srinkhalchaliha nis:enabled=true nis:link/>
নেহা বৰাক আটক.... মণ্ডী হাউচত প্রতিবাদ কৰি থকাৰ সময়তে আটক দিল্লী আৰক্ষীৰ.....
বৰপেটা সৰভোগত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
'কৃত্ৰিম পঁইতাচোৰা দীৰ্ঘদিন জীয়াই নাথাকে, ইয়াৰ বাবে 'হিট'ৰ প্ৰয়োজন নাই।' CJPক তীব্র কটাক্ষ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক
 উদ্দেশ্য কৰি অশালীন মন্তব্য যুৱকৰ!

🛑 যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ’বনে?
মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেক বিতৰণ।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
লাৰকুছিৰ হামাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক বাৰ্ষিক অধিৱেশন

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
“আমেৰিকাৰ এলন মাস্ক নামৰ ব্যৱসায়ীজনৰ নাম শুনিছেনে?” — ব্ৰীজভূষণ সিঙৰ মন্তব্য

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা  ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্কত নিৰ্ণায়ক আঘাত হনাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্সত এনেদৰে পোষ্ট  কৰিছে- "ড্ৰাগছ নেটৱৰ্কৰ ওপৰত নিৰ্ণায়ক আঘাত! অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা  আৰু অসম আৰক্ষীক এই ধাৰাবাহিক অভিযানৰ বাবে অভিনন্দন, এনে অভিযানৰ  ফলত ৯৪৫ জন লোকক গ্ৰেপ্তাৰ, ৫৪৭ টা গোচৰ ৰুজু  আৰু ১৮২ কোটি টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে ।  ৭০৩টা হটস্পটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু প্ৰায় ৩১ কোটি টকাৰ সম্পত্তি সংলগ্ন কৰাৰ  প্ৰক্ৰিয়া চলি আছে। প্ৰধানমন্ত্ৰী মোদীৰ নিচা  মুক্ত ভাৰতৰ দৃষ্টিভংগীৰ অধীনত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ২০২৬-২৯ৰ ভিজন ডকুমেণ্টে ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰি পেলোৱা, ইয়াৰ আৰ্থিক ভেটিত আক্ৰমণ আৰু আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষিত কৰাৰ আমাৰ সংকল্পক পুনৰ দৃঢ় কৰে। ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন অটল সংকল্পৰে চলি থাকিব।"

নিচা মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে ২০২৬ চনৰ ১২ অক্টোবৰত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানৰ ফলত ড্ৰাগছ সম্পৰ্কীয় ৫৪৭টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৯৪৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
'নগাঁও এতিয়া কংগ্রেছ আৰু ৰকিবুল মুক্ত হৈ গৈছে।' -আজমল
'যুৱ প্ৰজন্মক ব্যৱহাৰ কৰি ৰাহুল গান্ধীয়ে অৰাজকতা সৃষ্টি কৰিব বিচাৰিছে'।
📌মহাষষ্ঠীৰ পুৱাই কামাখ্যা ধামত ভক্তৰ ভিৰ
📌দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই মনোকামনা পূৰণৰ বাবে আগবঢ়াইছে পূজা-অৰ্চনা

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
নগাঁৱৰ বৰভেটিত ভয়ংকৰ অগ্নিকাণ্ড। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। প্ৰায় কোটি টকাৰ সম্পত্তি ভস্মীভূত।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
📌এগৰাকী NSUI যুৱতীক "ছেৰনী" আখ্য ৰাহুল গান্ধীৰ 
📌চঞ্চল যাদৱ নামৰ এগৰাকী আৰক্ষী বিষয়াৰ অত্যাচাৰৰ বিষদ বৰ্ণনা যুৱতীৰ

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
তৃতীয় দিনাও ৰ্ফাষ্টট্ৰেক আদালতত হাজিৰ অমৃতপ্ৰভা মহন্ত। অভিবক্তাৰ বেষ্টনীৰ মাজেৰে আদালতত প্ৰবেশ অমৃতপ্ৰভাৰ। পূৰ্বতকৈ শান্ত-সমাহিতভাৱে আদালতলৈ সোমাল অমৃতপ্ৰভা আৰু অধিবক্তাৰ দল।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলে পৰিৱেশকৰ্মী মাধৱ ছেত্ৰীয়ে।

<nis:link nis:type=tag nis:id=guwahatitimes nis:value=Guwahatitimes nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=graphiccontent nis:value=Graphiccontent nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=guwahatitimesmedia nis:value=Guwahatitimesmedia nis:enabled=true nis:link/>
দিল্লীৰ সংসদ মাৰ্গ আৰক্ষী থানাৰ বাহিৰত NSUIৰ প্ৰতিবাদী ধৰ্ণা।