Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

👉নিশা ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱত দুটা গৰুসহ এটা গৰু চুৰক হাতে-লোটে কৰায়ত্ত স্থানীয় লোকৰ। 👉 ধৃত গৰুচোৰ টোৰ নাম ছাদ্দাম হুছেইন, ঘৰ ভূৰাগাঁৱৰ বটালিমাৰী গাঁৱত। 👉 ধৃত গৰুচোৰ টোৰ পৰা দুটা ষাঁড় গৰুৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সা- সামগ্ৰী জব্দ কৰিছে স্থানীয় লোকে। 👉 চুৰি হোৱা গৰুদুটাৰ গৰাকী বালিডোঙা গাঁৱৰ আব্দুল ছাত্তাৰৰ বুলি নিশ্চিত হৈছে।

Laharighat, Morigaon | Jul 24, 2026

MORE NEWS

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ 
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

Laharighat, Morigaon | Jul 24, 2026

👉 মৰিগাঁৱৰ নিজ গেৰুৱাত ব্ৰজ পৰি এটি কিশোৰৰ মৃত্যু।
👉 মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
👉 মৃত কিশোৰজন নিজ গেৰুৱাৰ ৰবিন চৌহানৰ পুত্ৰ সুৰয চৌহান (১৪)।

👉 মৰিগাঁৱৰ নিজ গেৰুৱাত ব্ৰজ পৰি এটি কিশোৰৰ মৃত্যু। 👉 মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে । 👉 মৃত কিশোৰজন নিজ গেৰুৱাৰ ৰবিন চৌহানৰ পুত্ৰ সুৰয চৌহান (১৪)।

Laharighat, Morigaon | Jul 23, 2026

লাহৰীঘাটত ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত আহত কেইবাগৰাকী ছাত্ৰ। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ ৮ জনকৈ ছাত্ৰ চি এন জি ভান লৈ দলৈগাঁও অভিমূখে পকী মথাউৰিৰে গৈ থকা অৱস্থাত টেঙাগুৰি কছাৰীগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই চিএনজি ভানখন মথাউৰিৰ পৰা পানীত বাগৰি পৰে। এই দূৰ্ঘটনাত কম বেছি পৰিমাণে আটাইকেইজন ছাত্ৰ আহত হয়। আহত ছাত্ৰ কেইজনক শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা অনা হয়। জিশ্বান আহমেদ নামৰ ছাত্ৰ জনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লাহৰীঘাটত ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত আহত কেইবাগৰাকী ছাত্ৰ। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ ৮ জনকৈ ছাত্ৰ চি এন জি ভান লৈ দলৈগাঁও অভিমূখে পকী মথাউৰিৰে গৈ থকা অৱস্থাত টেঙাগুৰি কছাৰীগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই চিএনজি ভানখন মথাউৰিৰ পৰা পানীত বাগৰি পৰে। এই দূৰ্ঘটনাত কম বেছি পৰিমাণে আটাইকেইজন ছাত্ৰ আহত হয়। আহত ছাত্ৰ কেইজনক শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা অনা হয়। জিশ্বান আহমেদ নামৰ ছাত্ৰ জনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Laharighat, Morigaon | Jul 23, 2026

👉নিশা ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱত দুটা গৰুসহ এটা গৰু চুৰক হাতে-লোটে কৰায়ত্ত স্থানীয় লোকৰ। 👉 ধৃত গৰুচোৰ টোৰ নাম ছাদ্দাম হুছেইন, ঘৰ ভূৰাগাঁৱৰ বটালিমাৰী গাঁৱত। 👉 ধৃত গৰুচোৰ টোৰ পৰা দুটা ষাঁড় গৰুৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সা- সামগ্ৰী জব্দ কৰিছে স্থানীয় লোকে। 👉 চুৰি হোৱা গৰুদুটাৰ গৰাকী বালিডোঙা গাঁৱৰ আব্দুল ছাত্তাৰৰ বুলি নিশ্চিত হৈছে। - Laharighat News