Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Bihar
कांग्रेस
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Crime
Odisha
Up
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Cm
Pmmodi
Rahulgandhi
Actor
यूपी
Uttarpradesh
Haryana
Lucknow
citynewsdibrugarh
ডিব্ৰুগড়ৰ বৰবৰুৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আধৰুৱা চাইডবামে মাতিছে বিপদ।। বছৰ বছৰ ধৰি উকলি যোৱাৰ পাছতো সম্পূৰ্ণ হোৱা নাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাইডবামৰ নিৰ্মাণৰ কাম।। চাইডবাম নোহোৱাৰ ফলত যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা ।। ৰাষ্ট্ৰীয় ঘাইপথত চাইডবাম নোহোৱা বাবে স্থানীয় ৰাইজে ভয় আশংকাত ভুগিবলগীয়া হৈছে।। ক্ষিপ্ৰতাৰে পথটোৰ চাইডবাম সম্পূৰ্ণ কৰাৰ লগতে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ দাবী জনাইছে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে।।
Dibrugarh East, Dibrugarh
| Oct 28, 2026
MORE NEWS
**ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে মুকলি হ’ল হুণ্ডাইৰ নতুন বাহন ‘বেয়ন’** **আকৰ্ষণীয় ডিজাইন, অত্যাধুনিক প্ৰযুক্তি আৰু ৮টা ৰঙৰ বিকল্পৰে গ্ৰাহকৰ মাজত চৰ্চাত Hyundai Bayon**
Dibrugarh East, Dibrugarh | Oct 29, 2026
## ডিব্ৰুগড়ৰ ফুলবাগান স্থিত Bar Association সমিপত অগ্নিকাণ্ড। ## জ্বলি ছাৰখাৰ কেইবাখনো ব্যৱসায়িক প্ৰতিস্থান॥
Dibrugarh East, Dibrugarh | Oct 29, 2026
ডিব্ৰুগড়ৰ সোণাৰি পট্টিত ভয়ংকৰ দৃশ্য! কালভাৰ্টৰ বৃহৎ গাঁতে মাতিছে বিপদ। যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। জনসাধাৰণৰ নিৰাপত্তাক লৈ উদ্বিগ্ন স্থানীয় ৰাইজ।
Dibrugarh East, Dibrugarh | Oct 28, 2026
📍ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা ছাউনীত দশক দশক ধৰি বাস কৰা লোকসকলৰ বাবে
Dibrugarh East, Dibrugarh | Oct 28, 2026
📍দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচনী প্ৰসংগত ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উদ্যোগত সংবাদ মেল....... “ভোট বচাও, দেশ বচাও” শ্লোগানটোক কেন্দ্ৰ কৰি আয়োজিত এই সংবাদ মেলত উপস্থিত থাকি শাসক দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায় কংগ্ৰেছ দলৰ নেতৃত্বই..... সংবাদ মেলত জিলা কংগ্ৰেছ কমিটি সভাপতি বিপুল ৰাভা, এআইচিচি (AICC) সম্পাদক কুনাল বেনাৰ্জী, এপিচিচি (APCC)ৰ সহ-সভাপতি জয়ন্ত কলিতা, এপিচিচি (APCC)ৰ সহ-সভাপতি ৰাজু চাহু, এপিচিচি(APCC) ৰ সাধাৰণ সম্পাদক, প্ৰাঞ্জল ঘটোৱাৰ, জিলা কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ, ৰাকেশ চাহ উপস্থিত থাকে......
Dibrugarh East, Dibrugarh | Oct 28, 2026
▶️ আদালতলৈ নিয়া হ’ল ঘাতক ঘনকান্তক ▶️ পল্টন বজাৰ আৰক্ষী থানাৰ পৰা লৈ যোৱা হৈছে আদালতলৈ
Dibrugarh East, Dibrugarh | Oct 28, 2026
চিটি নিউজ ডিব্ৰুগড়ৰ বাতৰিৰ প্ৰভাৱ! ডিব্ৰুগড়ৰ সোণাৰি পট্টিৰ কালভাৰ্টৰ বৃহৎ গাঁতটোৰ সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ প্ৰশাসন। বিপদজনক গাঁতটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে।
Dibrugarh East, Dibrugarh | Oct 28, 2026
অন্তৰঙ্গ গোট ডিব্ৰুগড় উদ্যোগত অনুষ্ঠিত হোৱা। মহাপুৰষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৮ সংখ্যক জন্মজয়ন্তী উদযাপনত বিশেষ সম্বৰ্ধনা চিল্কালয়ৰ স্বাতাধিকাৰ সমাজসেৱক তথা সাংবাদিক অৰুণ কুমাৰ জৈনলৈ....
Dibrugarh East, Dibrugarh | Oct 28, 2026