◾ ওদালগুৰিত পৰিবহন মন্ত্ৰী চৰণ বড়োৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক।
◾ চলিত বিত্তীয় বৰ্ষত ২,৫০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য পৰিবহন বিভাগৰ।
◾ যান-বাহন আইন বলৱৎ আৰু পথ সুৰক্ষাত বিশেষ গুৰুত্ব।
◾ আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু জৰিমনা
◾ ডাম্পাৰ-টেক্টৰ চালকৰ ড্ৰাইভিং লাইচেঞ্চ নিয়মীয়াকৈ পৰীক্ষাৰ নিৰ্দেশ মন্ত্ৰী চৰণ বড়োৰ।
◾আজি বিটিচিৰ ৫ খন জিলাৰ জিলা পৰিবহন বিষয়াৰ সৈতে হৈছিল মন্ত্ৰীৰ বৈঠক
◾ সমগ্ৰ অসমৰ জিলা পৰিবহন বিষয়াৰ সৈতেও হৈছিল ভাৰ্চুৱেল বৈঠক।
Charan Boro