◾ গৰীয়া, মৰীয়া, দেশী, চৈয়দ আৰু জলহা জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ দাবীত সংগ্ৰাম অব্যাহত।
◾ কলাইগাঁৱত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নাগৰিক সভা অনুষ্ঠিত।
◾ ওদালগুৰি জিলা আৰু কলাইগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই সভা অনুষ্ঠিত।
◾ কলাইগাঁৱৰ চুজিৎ নাৰ্জাৰী পেক্ষাগৃহত কেইবা ঘণ্টাজুৰি চলে গুৰুত্বপূৰ্ণ আলোচনা।
◾ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠ নাগৰিকসকল সভাত একত্ৰিত হয়।
◾ গৰীয়া, মৰীয়া, দেশী, চৈয়দ আৰু জলহা জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবী।
◾ অধিকাৰ লাভ নকৰালৈকে ঐক্যবদ্ধভাৱে সংগ্ৰাম অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ।