◾ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ চি এ ডি কামক লৈ ওদালগুৰি জিলা ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ
◾পূৰ্বে আবণ্টন লাভ কৰা ঠিকাদাৰক কাম সম্পূৰ্ণ কৰাৰ সুযোগ দিয়াৰ দাবী
◾থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বন্ধৰ দাবী
◾চি এ ডি কাম পেকেজ কৰি পুনৰ নিবিদা আহ্বানৰ বিৰোধিতা
◾বাহিৰৰ ডাঙৰ কোম্পানীক লাভৱান কৰাৰ অভিযোগ ঠিকাদাৰ সন্থাৰ
◾ জলসম্পদ মন্ত্ৰী, সচিব আৰু মুখ্য অভিযন্তালৈ স্মাৰকপত্ৰ প্ৰেৰণ
◾দাবী পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ঠিকাদাৰ সন্থাৰ
Himanta Biswa Sarma || Pijush Hazarika