#EXCLUSIVE
◾ওদালগুৰি লাইভৰ কেমেৰাৰ সন্মুখত অকপট স্বীকাৰোক্তি চৰকাৰী কৰ্মচাৰীৰ—“ধন লোৱাটো পৰিণত হৈছে অভ্যাসলৈ।
◾ ওদালগুৰিৰ পণ্যাগাৰত ব্যাপক ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ।
◾ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা দালি-চেনি সমবায়ক বিতৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ।
◾ প্ৰতিখন গাড়ীৰ বাবদ সমবায়ৰ পৰা টকা সংগ্ৰহৰ অভিযোগঃ কাম কৰা শ্ৰমিকৰ পৰাও ধন সংগ্ৰহৰ অভিযোগ
◾ ধন নিদিলে শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি!
◾বিভাগটোৰ কৰ্মচাৰীয়ে স্বীকাৰ কৰিলে চাহ পানীৰ বাবে ধন সংগ্ৰহৰ কথা।
◾কাৰ্য্যালয়টোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী বিপুল কুমাৰ বৰুৱাই কৰে ধন সংগ্ৰহ !
◾মেনেজাৰ সুম্মিতা চক্ৰৱৰ্তীৰ নিৰ্দেশতে ধন সংগ্ৰহৰ অভিযোগ!
CMO Assam
Himanta Biswa Sarma
DC Udalguri