পুৱাৰ স্নিগ্ধ পোহৰত ভক্তিৰ এক অপূৰ্ব নিদৰ্শন। সৰুতেই ভাগৱত পাঠৰ প্ৰতি কণমানিটিৰ এনে আগ্ৰহ, একাগ্ৰতা আৰু নিষ্ঠাই সঁচাকৈয়ে হৃদয় স্পৰ্শ কৰে। আজিৰ শিশুসকলৰ মাজত আধ্যাত্মিকতাৰ এনে সুন্দৰ অনুৰাগে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ভগৱানৰ আশীৰ্বাদত এই কণমানি হৃদয়ত ভক্তি, জ্ঞান আৰু সৎ চিন্তাৰ পোহৰ চিৰদিন উজলি থাকক।
.
#IshanNews #morningvibes #voktimulokkotha
Assam, India | Nov 13, 2026