নগৰবেৰা: নগৰবেৰা ৰাস মহোৎসৱত নিশা গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠ শিল্পী মৰ্মিতা মিত্ৰই
নগৰবেৰা ৰাস মহোৎসৱত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকে গালে মায়াবিনী। উল্লেখযোগ্য যে কন্ঠ শিল্পী গৰাকীয়ে এটাৰ পিছত আন এটা গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে।