Public App Logo
📌 মুখ‍্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰাইজে চান্দা তোলা নাই, বানাক্ৰান্তৰ বাবে ৰাইজে সাহায‍্যহে তুলিছে। 📌 চৰকাৰ নহয় এয়া, ৰজাতন্ত্ৰ চলিছে। 📌 শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ মহাপ্ৰলয় জৰ্জৰিতসকলে যদি প্ৰাপ‍্য অধিকাৰৰ বাবে আন্দোলন লবলৈ প্ৰস্তুত অখিল গগৈ। #NewsUpdate #AssamFlood #AkhilGogoi #sivasagar #ABCNewsAssam - Barpeta News