📌প্ৰদেশ কংগ্ৰেছৰ সভাপতি বনাম যুৱ কংগ্ৰেছৰ সভাপতি। দলৰ ভিতৰচ’ৰাত এই সংঘাত এতিয়া মুকলি হৈ পৰিছে নেকি?
📌আইন প্ৰণয়ন কৰা লোকসকলৰ বিৰুদ্ধেই যদি ফৌজদাৰী গোচৰ থাকে, তেন্তে গণতন্ত্ৰৰ বাবে এয়া কিহৰ ইংগিত?
📌যন্তৰ-মন্তৰত চলোৱা বৰ্বৰতাক ন্যায্যতা দিল্লী আৰক্ষীৰ। আৰক্ষীৰ মতে সঠিক আছিল প্ৰতিবাদকাৰীৰ ওপৰত বলপ্ৰয়োগ।
📌সামাজিক মাধ্যমেই এতিয়া মোডী চৰকাৰৰ বাবে হৈ পৰিছে নেকি মূৰৰ কামোৰণি?
সবিশেষ লৈ আহিছো 'ৰাউণ্ড দ্য ক্লক'ত।
Assam, India | Aug 18, 2026