ওদালগুৰিবাসীলৈ আমাৰ এক বিনম্ৰ আহ্বান । আহক ওদালগুৰিবাসী হিচাপে এই বিপদৰ সময়ত আমি ঠিয় দিও আৰ্তজনৰ কাষত। ওদালগুৰি জিলাৰ কোনো মানৱদৰদী ব্যক্তি তথা দল-সংগঠন , অনুষ্ঠান-প্ৰতিষ্ঠানে উজনি অসমৰ বানাক্ৰান্তক সহায় কৰিব ইচ্ছুক যদি আমাক যোগাযোগ কৰক
Udalguri LIVE ৰ অভিযানৰ সহযোগী হ'বলৈ অনুগ্ৰহ কৰি ৯৭০৭৫ ৩৯০৯৭ নম্বৰত যোগাযোগ কৰক।