Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

◾ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন যুৱকে। ◾ ওদালগুৰিৰ যুৱকলৈ ৰাষ্ট্ৰপতিৰ বিশেষ নিমন্ত্ৰণ। ◾ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত থাকিব দিদম দৈমাৰী। ◾ পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰপতিৰ স্বীকৃতি। ◾ ভৈৰৱকুণ্ডৰ যুৱকৰ সাফল্যত গৌৰৱান্বিত অসম। ◾ ১২ বছৰৰ পৰিৱেশ সংৰক্ষণৰ ফলত ৰাষ্ট্ৰীয় সন্মান। ◾ ৰাষ্ট্ৰপতি ভৱনৰ নিমন্ত্ৰণী পত্ৰ প্ৰদান ভাৰতীয় ডাক বিভাগৰ ◾ পৰিৱেশ সংৰক্ষণত ওদালগুৰিৰ যুৱকৰ নতুন কৃতিত্ব Udalguri LIVE - Digital Udalguri LIVE - BODO

Udalguri, Udalguri | Jul 31, 2026

MORE NEWS

উজনি অসমৰ বানাক্ৰান্তক সহায়ৰ বাবে আগ বাঢ়ি আহিছে Bhairabkunda Eco-Tourism and Conservation Society । অনুষ্ঠানটোৱে ৫০ টা পৰিয়ালৰ বাবে যোগান কৰিলে আঠুৱা, বাল্টি, মগ ,মম, ব্লিচিং পাউদা, লাইটাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰী। ওদালগুৰি লাইভৰ জৰিয়তে বানাক্ৰান্তক প্ৰেৰণ কৰা হ'ব এই সামগ্ৰী সমূহ। আজি ওদালগুৰি লাইভৰ কাৰ্য্যালয়ত জমা দিয়ে এই সামগ্ৰী সমূহ।

Udalguri, Udalguri | Aug 2, 2026

সমগ্ৰ দেশৰ লগতে আজি ওদালগুৰি জিলাতো লোকপিয়লৰ স্ব-গণনা (Self Enumeration) প্ৰক্ৰিয়াৰ শুভাৰম্ভ হয়। এই উপলক্ষে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়োই নিজ বাসভৱনত বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত অনলাইনযোগে তথ্য দাখিল কৰি স্ব-গণনা সম্পন্ন কৰে। আজি ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰীৰ লগতে জিলাখনৰ বহু বিশিষ্ট ব্যক্তি আৰু চৰকাৰী বিষয়াইও অনলাইনযোগে স্ব-গণনা সম্পন্ন কৰে

Charan Boro
DC Udalguri

সমগ্ৰ দেশৰ লগতে আজি ওদালগুৰি জিলাতো লোকপিয়লৰ স্ব-গণনা (Self Enumeration) প্ৰক্ৰিয়াৰ শুভাৰম্ভ হয়। এই উপলক্ষে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়োই নিজ বাসভৱনত বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত অনলাইনযোগে তথ্য দাখিল কৰি স্ব-গণনা সম্পন্ন কৰে। আজি ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰীৰ লগতে জিলাখনৰ বহু বিশিষ্ট ব্যক্তি আৰু চৰকাৰী বিষয়াইও অনলাইনযোগে স্ব-গণনা সম্পন্ন কৰে Charan Boro DC Udalguri

Udalguri, Udalguri | Aug 2, 2026

ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ভাৰত-ভূটান সীমান্তত অমৃত বৃক্ষ আন্দোলন ৩.০ ৰ শুভাৰম্ভ কৰাৰ লগতে জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ পৰিৱহন আৰু বড়োলেণ্ড কল্যান বিভাগৰ মন্ত্ৰী চৰণ বড়োৱে এই কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে | আজিৰ এই অনুষ্ঠানত ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, ধনশ্ৰী বন সংমণ্ডলৰ বন প্ৰাধিকাৰী জয়ন্ত কুমাৰ ব্ৰহ্ম,  মাজবাট ৰেঞ্চৰ ৰেঞ্জাৰ বাৰেন বড়ো বাৰেন বড়ো , সদৰ বিট কাৰ্য্যালয়ৰ বিষয়া বিবুংশা বাগলাৰীৰ লগতে  এছ এছ বি আৰু বন বিভাগৰ বিষয়া সকল উপস্থিত থাকে

Udalguri, Udalguri | Aug 1, 2026

◾ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন যুৱকে। ◾ ওদালগুৰিৰ যুৱকলৈ ৰাষ্ট্ৰপতিৰ বিশেষ নিমন্ত্ৰণ। ◾ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত থাকিব দিদম দৈমাৰী। ◾ পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰপতিৰ স্বীকৃতি। ◾ ভৈৰৱকুণ্ডৰ যুৱকৰ সাফল্যত গৌৰৱান্বিত অসম। ◾ ১২ বছৰৰ পৰিৱেশ সংৰক্ষণৰ ফলত ৰাষ্ট্ৰীয় সন্মান। ◾ ৰাষ্ট্ৰপতি ভৱনৰ নিমন্ত্ৰণী পত্ৰ প্ৰদান ভাৰতীয় ডাক বিভাগৰ ◾ পৰিৱেশ সংৰক্ষণত ওদালগুৰিৰ যুৱকৰ নতুন কৃতিত্ব Udalguri LIVE - Digital Udalguri LIVE - BODO - Udalguri News