◾ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন যুৱকে।
◾ ওদালগুৰিৰ যুৱকলৈ ৰাষ্ট্ৰপতিৰ বিশেষ নিমন্ত্ৰণ।
◾ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত থাকিব দিদম দৈমাৰী।
◾ পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰপতিৰ স্বীকৃতি।
◾ ভৈৰৱকুণ্ডৰ যুৱকৰ সাফল্যত গৌৰৱান্বিত অসম।
◾ ১২ বছৰৰ পৰিৱেশ সংৰক্ষণৰ ফলত ৰাষ্ট্ৰীয় সন্মান।
◾ ৰাষ্ট্ৰপতি ভৱনৰ নিমন্ত্ৰণী পত্ৰ প্ৰদান ভাৰতীয় ডাক বিভাগৰ
◾ পৰিৱেশ সংৰক্ষণত ওদালগুৰিৰ যুৱকৰ নতুন কৃতিত্ব
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri, Udalguri | Jul 31, 2026