দিছপুৰ: মহানগৰী নাৰেঙ্গীৰ ৰেল পথত অঘটন,তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু এজন লোকৰ
মহানগৰী নাৰেঙ্গীৰ ৰেল পথত অঘটন। তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু এজন লোকৰ। নামনীমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ খুন্দাত নিহত লোক জন। ৬০ ৰ উৰ্ধৰ মৃত লোক জনৰ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই পৰিচয়। ঘটনাস্থলীত উপস্থিত ৰেল আৰক্ষী।