উচ্ছেদৰ প্ৰায় দহ দিন পিছত আলমগঞ্জৰ উপস্থিত গৌৰীপুৰৰ বিধায়ক। উচ্ছেদিত ৰাইজ আৰু দলীয় কৰ্মীৰ মাজত কিছু সময়ৰ বাবে সৃষ্টি হয় কাজিয়া। উচ্ছেদিত ৰাইজলৈ বিধায়কে আগবঢ়ালে আৰ্থিক সাহায্য।