◾ৰৌতা পৰিষদীয় সমষ্টিত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।
◾উপ-নিৰ্বাচনৰ পূৰ্বে ধনশ্ৰীঘাটত উপস্থিত প্ৰাক্তন CEM তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো।
◾ৰৌতা ব্লক UPPLৰ নতুন ভৱন উদ্বোধন কৰি ৰৌতা দখলৰ হুংকাৰ প্ৰমোদ বড়োৰ।
◾নতুন ভূমিনীতিৰ জৰিয়তে বড়োভূমিৰ জনতাক BPF দলে শোষণ কৰাৰ অভিযোগ।
◾খিলঞ্জীয়াক ভূমি পট্টা দিয়াৰ পৰিৱৰ্তে পঞ্জীয়ন মাচুল বৃদ্ধিৰে ৰাইজক কোঙা কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ।
◾UPPLৰ টিকটৰ দৌৰত নিলোৎ স্বৰ্গীয়াৰী, দ্বিপেন বড়ো আৰু ৰবীন্দ্ৰ বসুমতাৰী নাম চৰ্চাত।