সোণাৰি: সোণাৰিত অসম চৰকাৰৰ বৃত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগক আদৰণি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ অটল বিহাৰী বাজপেয়ী ভৱনত অসম চৰকাৰৰ বৃত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগক আদৰণি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।নিৰ্বাচনৰ অতি ব্যস্ততাৰ মাজতো চৰাইদেউত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা সকলক উদ্বুদ্ধ কৰা বাবে মন্ত্রী অজন্তা নেওগক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।