সোণাৰি: চৰাইদেউ জিলাত ধুমুহা আৰু বজ্ৰপাতৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্রই সতৰ্কবাণী জাৰি কৰি হালধীয়া এলাৰ্ট ঘোষণা কৰে
শনিবাৰে দিনৰ ১২বজাত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাত আজিৰ দিনটোৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হালধীয়া এলাৰ্ট। আজি জিলাখনত ধুমুহা আৰু বজ্ৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।