সোণাৰি: সোণাৰিৰ ১২০নং বুথত বিজেপি মহিলা মৰ্চাৰ সোণাৰী মণ্ডলৰ উদ্যোগত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত
চৰাইদেউ জিলাৰ সোনাৰিৰ ১২০ নং বুথত বিজেপি মহিলা মৰ্চাৰ সোনাৰী মণ্ডলৰ উদ্যোগত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হয় । এই আলোচনাত বিজেপি সোনাৰী মণ্ডলৰ বিষযববিয়াৰ লগতে বুথৰ কাৰ্য়কৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।