Public App Logo
Jansamasya
���ीजेपी
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
No video available

সোণাৰি: লোনপুৰীয়া বৰনামঘৰৰ বাৰ্ষিক ৰাজহুৱা সবাহ আৰু ভাওনা কাৰ্যসূচী

Sonari, Charaideo | Mar 23, 2024
হৰিনামৰ ধ্বনিৰে মুখৰিত লাকুৱাৰ লোনপুৰীয়া বৰনামঘৰ ৷ মাহমৰা সমষ্টিৰ লাকুৱাৰ শতবৰ্ষ গৰকা লোনপুৰীয়া বৰনামঘৰৰ বাৰ্ষিক ৰাজহুৱা সবাহ ভাওনা কাৰ্যসূচী ৷ ইতিমধ্যে প্ৰতিষ্ঠাৰ ১০৫ টা বৰ্ষ অতিক্ৰম কৰা লোনপুৰীয়া বৰনামঘৰৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো অনুষ্ঠিত হৈছে ৰাজহুৱা বৰসবাহ ৷ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱাই ৯ বজাত ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷