সোণাৰি: সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ বিষয়ববীয়াৰ সভা অনুষ্ঠিত, জিলা সভাপতিৰ অংশগ্ৰহণ
ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ বিষয়ববীয়া আৰু মণ্ডল সভাপতি আৰু সাধাৰণ সম্পাদক সকলৰ লগত জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ উপস্থিতিত জিলা বিজেপিৰ কাৰ্যালয়ত আগন্তুক দিনৰ কাৰ্যসূচী ওপৰত আলোচনা কৰা হয় । সভাত ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ সভাপতি ৰুপম গগৈযো উপস্থিত থাকে । সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ সৰ্ম্পকত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।