📌বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত ৭২সংখ্যক গোপাষ্টমী আৰু ৰাস মেলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
📌১৬ তাৰিখৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব মহোৎসৱ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিব ভক্তৰ
📌মহোৎসৱত অংশগ্ৰহণ কৰিব মন্ত্ৰী চৰণ বড়ো, সাংসদ দিলীপ শইকীয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে
#AssamNews #NewsUpdate #PrimeNews #PrimeNews24