“BJP ভোটাৰে কেতিয়াও কংগ্ৰেছক ভোট নিদিয়ে!” — অৰবিন্দ কেজৰিৱাল
“BJPৰ ওপৰত যিমানেই অসন্তুষ্ট বা বিতুষ্ট নহওক কিয়, এজন BJP ভোটাৰে কেতিয়াও কংগ্ৰেছক ভোট নিদিয়ে। তেওঁলোকে কংগ্ৰেছক ঘৃণা কৰে। আমাৰ Goa First Allianceক ভোট দিব পাৰে।”
— অৰবিন্দ কেজৰিৱাল
Assam, India | Sep 13, 2026