Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

News in Barama Part

অসমত সুৰাৰ দাম বেছি কৰিলে সুৰাপান কৰা মানুহৰ সংখ্যা কমিব। কিন্তু অসমত মেঘালয় আৰু অৰুণাচলৰ মদ আহি সোমাই যাবঃ হিমন্ত বিশ্ব শৰ্মা

অসমত সুৰাৰ দাম বেছি কৰিলে সুৰাপান কৰা মানুহৰ সংখ্যা কমিব। কিন্তু অসমত মেঘালয় আৰু অৰুণাচলৰ মদ আহি সোমাই যাবঃ হিমন্ত বিশ্ব শৰ্মা

Assam, India | Jun 13, 2026

গড়চুক আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক হেমন্ত কুমাৰ গগৈ ।
‘অসম ৰাজ্যিক কৃষক সমন্বয় সমিতি’ৰ নামত প্ৰায় ১ কোটি টকাৰ প্ৰৱঞ্চনা। চাকৰি আৰু ঋণ (Loan) দিয়াৰ প্ৰলোভনেৰে লুটিছিল সৰ্বস্ব। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান গড়চুক থানাত অব্যাহত আছে জেৰা। ভুক্তভোগীৰ ভিৰ থানাত।
#AssamNews #Guwahati #GorchukPolice #FraudCase #CrimeNewsAssam

গড়চুক আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক হেমন্ত কুমাৰ গগৈ । ‘অসম ৰাজ্যিক কৃষক সমন্বয় সমিতি’ৰ নামত প্ৰায় ১ কোটি টকাৰ প্ৰৱঞ্চনা। চাকৰি আৰু ঋণ (Loan) দিয়াৰ প্ৰলোভনেৰে লুটিছিল সৰ্বস্ব। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান গড়চুক থানাত অব্যাহত আছে জেৰা। ভুক্তভোগীৰ ভিৰ থানাত। #AssamNews #Guwahati #GorchukPolice #FraudCase #CrimeNewsAssam

Assam, India | Jun 13, 2026

ঘৰত অসমীয়া ভাষা নোকোৱা মানুহে অসমীয়া লিখি কি লাভ? পৃথিৱীত চন্দ্ৰ-সূৰ্য থকালৈ অসমত অসমীয়া ভাষা থাকিব - হিমন্ত বিশ্ব শৰ্মা

ঘৰত অসমীয়া ভাষা নোকোৱা মানুহে অসমীয়া লিখি কি লাভ? পৃথিৱীত চন্দ্ৰ-সূৰ্য থকালৈ অসমত অসমীয়া ভাষা থাকিব - হিমন্ত বিশ্ব শৰ্মা

Assam, India | Jun 13, 2026